Ep-550- এটা শব্দত প্ৰকাশ কৰা (অসমীয়া ব্যাকৰণ)
Manage episode 415280342 series 3268531
محتوای ارائه شده توسط Kiran Chandra Nath. تمام محتوای پادکست شامل قسمتها، گرافیکها و توضیحات پادکست مستقیماً توسط Kiran Chandra Nath یا شریک پلتفرم پادکست آنها آپلود و ارائه میشوند. اگر فکر میکنید شخصی بدون اجازه شما از اثر دارای حق نسخهبرداری شما استفاده میکند، میتوانید روندی که در اینجا شرح داده شده است را دنبال کنید.https://fa.player.fm/legal
Ep-550- এটা শব্দত প্ৰকাশ কৰা (অসমীয়া ব্যাকৰণ) অসমী ব্যাকৰণ। এটা শব্দত প্ৰকাশ কৰা। অসমীয়া ৰচনা কিতাপৰ পৰা সংগ্ৰহ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱা আৰু চহকী অসমী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই বিষয় ব্যাকৰণ দিয়া হৈছে । #### যি আনৰ ভাল দেখিব নোৱাৰা __পৰশ্ৰীকাতৰ , চকুচৰহা । যি আনৰ অধীন _ পৰাধীন যি আনৰ অধীন নহয় _ স্বাধীন। যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে _ডকাইত । যি লোকে বিশ্বাস ৰাখিব নোৱাৰে_অবিশ্বাসী । যি মাটিৰ উৎপাদিকা শক্তি নাই__ অনূবৰ। যি মাটিৰ সাৰ নাই_ অসাৰুৱা । ঘাঁহৰে ভৰা ঠাই ঘাঁহনি । যি কথাৰ অৰ্থ নাই _ নিৰ্থক, অৰ্থহীন, অৰ্থশূণ্য। খাবলৈ অনা কলপুলি _পচলা । কলেৰে ভৰা ঠাই _ সলনি । কাণেৰে নুশুনা যি মানুহ_ কলা যি কাপোৰ বব জানে _ শিপিনী । গৰু বন্ধা ঠাই_ গোহালী । ম'হ বন্ধা ঠাই _খুটি । যি মাগি খায়-- মগনীয়াৰ । যি খুজি খায় খোজনীয়াৰ । যি দীৰ্ঘকাল জীয়াই থাকে__দীৰ্ঘজীৱী । গোটেই জীৱন জুৰি _আজীৱন । যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে_ আত্মনিৰ্ভৰশীল , স্বাৱলম্বী। যি নিজৰ ওপৰত নিৰ্ভৰ কৰি নচলে _পৰনিৰ্ভৰশীল । যি বস্তু দিব পৰা নাযায় _অদেয় । যি কথা জনা নাজায়_অজ্ঞাত , অজানিত । যাক সহজতে লাভ কৰা যায় _ সুলভ,অনায়াসলভ্য, সহজলভ্য
…
continue reading
590 قسمت